ব্ৰাহ্মীৰ উপকাৰীতা আৰু ইয়াৰ ব্যৱহাৰ – Benefits of Brahmi

Benefit of Brahmi Beauty and Health

প্ৰাচীন কালৰ পৰাই ঔষধ হিচাবে ব্ৰাহ্মী বনৌষধি ব্যৱহাৰ হৈ আহিছে। ব্ৰাহ্মীৰ উপকাৰীতা আৰু ইয়াৰ গুণৰ ফলস্বৰূপ বিজ্ঞানীসকলে ব্ৰাহ্মীৰ ওপৰত নিৰন্তৰ গৱেষণা কৰি আছে। বিজ্ঞানীসকলে মানৱ স্বাস্থ্যৰ বাবে ব্ৰাহ্মীৰ লাভালাভ কেনেকৈ আৰু কিদৰে প্ৰাপ্ত কৰিব পাৰি জানিবলৈ কাম কৰি আছে। এই …

Read more